Welcome


Tuesday, 18 June 2013


আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকে নাকত আহি লাগিল
মই হেৰা পাওঁ মোৰ দেউতাক ।

দোকানৰ জাপ - ভঙা
গামোচাৰ সুবাসত
মই হেৰা পাওঁ মোৰ আইক।

মই মোক
মোৰ সন্তানৰ কাৰণে
ক'ত থৈ যাম
ক'ত ??

0 মতামত:

Post a Comment