RSS Feed
Twitter
Home
Assamese Poem
মোৰ কবিতা
কালজয়ী অসমীয়া কবিতা;
অসংযোজিত কবিতা
সাহিত্য সম্ভাৰ
মোৰ গল্প
প্ৰবন্ধ সম্ভাৰ;
জানিবলগীয়া বহুতো
জ্ঞানৰ সঁফুৰা
অসমীয়া ব্যাকৰণ
বিবিধা
Welcome
Sunday, 7 July 2013
তেজৰ আখৰেৰে
5:36 am
হিমাংশু চহৰীয়া
কবি → হীৰেণ ভট্টাচার্য্য
“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে।
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে।
কবি মই নাছিলো কোনোকালে।
ৰচনাকাল → ১৯৭০ চন
Email This
BlogThis!
Share to X
Share to Facebook
Share to Pinterest
Posted in
কালজয়ী অসমীয়া কবিতা
Newer Post
Older Post
Home
0 মতামত:
Post a Comment
Subscribe to:
Post Comments (Atom)
Assamese Poem
নৱকান্ত বৰুৱাৰ 'এটা প্ৰেমৰ পদ্য'
হেম বৰুৱাৰ 'মমতাৰ চিঠি'
নিৰ্মল প্রভা বৰদলৈৰ মৰ্মান্তিক
হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি
হীৰেণ ভট্টাচাৰ্যৰ তেজৰ আখৰেৰে
(For More Poem Click Here)
Popular Post
Category
Cultural
My Poem
Story
কালজয়ী অসমীয়া কবিতা
প্ৰবন্ধ
TOTAL VISITOR
© HimAngshu Sahariah ll Darrang, Assam. Powered by
Blogger
.
Designed by
HimAngshu (Special Thanks To Laxya Prohor)
0 মতামত:
Post a Comment