Welcome


Sunday 7 July 2013


কবি → হীৰেণ ভট্টাচার্য্য

তুমিতো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগোঁ ছিগোঁ চিলাই।

প্ৰেম নিশ্চয় এনেকুৱাই।
আৱৰণ খুলি হৃদয় জুৰায়।

0 মতামত:

Post a Comment