এই জুইকুৰা ময়ে জ্বলালোঁ।
জানো আই, এই জুইৰ পোহৰত তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত হৈ উঠিব পৃথিৱীৰ অপৰৃপ ৰৃপ।
সেয়ে, জুইকুৰা ময়েই জ্বলালোঁ ।
দিনৰ পিছত দিন ৰাতিৰ শেহত
দোকমোকালিৰ কোমল বতাহেৰে
মোক নিচুকাই কি ৰং পোৱা
মই নেজানো আই! নিষ্ঠুৰ ক্ষমাৰে
মাথো মোক নেহানিবা। তোমাৰ বাবে
আই, বহুবাৰ প্ৰিয়জনৰ বুকুৰ তেজ দিলোঁ।
এইবাৰ মোৰ মন্ত্ৰপুত শৰীৰ।
জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত
মই যে আজি অধীৰ
সেয়ে, জুইকুৰা ময়েই জ্বলালোঁ।
জানো আই, এই জুইৰ পোহৰত তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত হৈ উঠিব পৃথিৱীৰ অপৰৃপ ৰৃপ।
সেয়ে, জুইকুৰা ময়েই জ্বলালোঁ ।
দিনৰ পিছত দিন ৰাতিৰ শেহত
দোকমোকালিৰ কোমল বতাহেৰে
মোক নিচুকাই কি ৰং পোৱা
মই নেজানো আই! নিষ্ঠুৰ ক্ষমাৰে
মাথো মোক নেহানিবা। তোমাৰ বাবে
আই, বহুবাৰ প্ৰিয়জনৰ বুকুৰ তেজ দিলোঁ।
এইবাৰ মোৰ মন্ত্ৰপুত শৰীৰ।
জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত
মই যে আজি অধীৰ
সেয়ে, জুইকুৰা ময়েই জ্বলালোঁ।
RSS Feed
Twitter

1:17 am
হিমাংশু চহৰীয়া
Posted in
hiru daa r ei kobita mur bor priyo....abriti kori thaku maje maje...
ReplyDeleteআপোনাৰ মতামতৰ বাবে ধন্যবাদ। আঁচলতে হীৰুদাৰ প্ৰতিটো সৃষ্টিয়ে ইমান অনুপম যে এবাৰ পঢ়িলেই আমাৰ মনত সাঁচ বহুৱাই যায়।
ReplyDelete