Welcome


Thursday 5 September 2013

(১) 
ভীষণ ব্যস্ততা! 
তোৰ নে মোৰ? 
আইৰ বৰপেৰাটো 
উয়ে খাব বহুদিনেই হ'ল। 
কি কৰিম? 
পথাৰত এতিয়া 
ভৰ শাওনৰ একাঠু পানী। 

(২) 
কজলাৰ গলধনত কান্ধখৰ 
পিতাইৰ জোকে খোৱা ঘাঁ 
এতিয়াও নুশুকাল, 
বাহিৰত চাগে এতিয়া 
বৰষুণ ন'?

0 মতামত:

Post a Comment