Welcome


Thursday, 9 May 2013




(১)

তোৰ গাভৰু বুকুৰ দৰেই

বিশাল মোৰ আশাবোৰ,

পূৰ্ণতাৰ ছবি আঁকিব খোজে

হেঁপাহৰ চকামকা জোনাকত।

  
(২)

হৃদয়ৰ কাঁচলি উদঙাই

বৈ আহে নৈখন।

সময়ে দুহাতত ৰুই যায়

দুখৰ এজাৰৰ পুলি।


০৫.০৫.২০১৩

0 মতামত:

Post a Comment