Welcome


Monday, 17 June 2013

১) অগ্নিকবি - কমলাকান্ত ভট্টাচাৰ্য্য
২) অসম কেশৰী - অম্বিকাগিৰি ৰায়চৌধুৰী
৩) অতিন্দ্ৰীয়বাদী ­ কবি নলিনীবালা দেৱী
৪) অভিনয়াচাৰ্য - ব্ৰজনাথ শৰ্মা
৫) বকুলবনৰ কবি - আনন্দ চন্দ্ৰ বৰুৱা
৬) বনকোঁৱৰ - আনন্দি ৰাম দাস
৭) বনফুলৰ কবি - যতীন্দ্ৰনাথ দুৱৰা
৮) বিপ্লৱী কবি - প্ৰসন্নলাল চৌধুৰী
৯) বাগ্মীবৰ - নীলমনি ফুকন
১০) বিহগী কবি - ৰঘুনাথ চৌধাৰী
১১) ভাঙণি কোঁৱৰ - আনন্দ চন্দ্ৰ আগৰৱালা
১২) ধ্বনি কবি - বিনন্দ চন্দ্ৰ বৰুৱা
১৩) গীতি কবি - পাৰ্বতী প্ৰসাদ বৰুৱা
১৪) জ্ঞানমালিনী কবি - মৌলানা মফিজুদ্দিন আহমদ হাজৰিকা
১৫) কলাগুৰু - বিষ্ণুপ্ৰসাদ ৰাভা
১৬) কবিতা কোঁৱৰ - অম্বেশ্বৰ চেতিয়া ফুকন
১৭) লুইত কোঁৱৰ - ৰুদ্ৰ বৰুৱা
১৮) নটসূৰ্য - ফনী শৰ্মা
১৯) নিজৰা কবি - শৈলধৰ ৰাজখোৱা
২০) নাট্য প্ৰভাকৰ - সত্যপ্ৰসাদ বৰুৱা
২১) পাপৰি কবি - গণেশ চন্দ্ৰ গগৈ
২২) প্ৰতিমাৰ খনিকৰ - চন্দ্ৰ কুমাৰ আগৰৱালা
২৩) ৰসৰাজ - লক্ষ্মীনাথ বেজবৰুৱা
২৪) ৰূপকোঁৱৰ - জ্যোতিপ্ৰসাদ আগৰৱালা
২৫) সাহিত্যৰথী - লক্ষ্মীনাথ বেজবৰুৱা
২৬) উপন্যাস সম্ৰাট - ৰজনীকান্ত বৰদলৈ

0 মতামত:

Post a Comment