Welcome


Friday, 7 June 2013


প্ৰেমৰ অশ্লীলতাত ডুবি

এতিয়াও সাৰে থাকিব

মন যায় মোৰ,

তোৰ বুকুত আলফুলে আজীৱন

কৃষ্ণচূড়াৰ হাঁহিত এবাৰ

নিজকে বিলীন কৰিব

মন যায় মোৰ,

এনেদৰেই নৈৰ বুকুত উজাই

যায় মোৰ সপোন

আশাৰ জলঙাইদি সৰি পৰে

হেঁপাহৰ দুষ্ট জোনাক


৩০.০৫.২০১৩


0 মতামত:

Post a Comment