Welcome


Thursday 5 September 2013

সাৰপোৱা সপোনবোৰ 
মোৰ পদুলিমুখত, 
চপচপীয়া দুচকুত কেৱল 
তুমিহীনতাৰ স্পষ্টতা। 
তুমি এটি জীয়া সপোন, 
ৰৈ আছা আজিও 
বুকুৰ সুৰুঙাত, 
আৰু মই 
নিশ্বাসৰ এজাক বৰষুণ, 
ৰৈ আছো 
তোমাৰ স্বপ্নাতুৰ দুচকুত।

0 মতামত:

Post a Comment