Welcome


Sunday 10 November 2013

চেগাচোৰোকাকৈ
আগবাঢ়ি গৈ থাকো,
অকলশৰে।
হঠাতে তেওঁ সোধে
'কলৈ যোৱা?'
মই নিজকে সোধো,
'মই ক'ৰ পৰা আহিছিলো?'

0 মতামত:

Post a Comment