Welcome


Saturday 30 November 2013

চকুত এন্ধাৰ বান্ধি
তৰাবোৰ শুই থাকে,
জোনটিয়ে এন্ধাৰতে
নাঙঠ হৈ নাচে
আকাশ এতিয়া মৃত

এন্ধাৰতে চকু তুলি চাওঁ,  
পোহৰ এতিয়াও বহু দূৰত

(
কবি ৰাজশ্ৰী বৰগোহাইৰ সম্পাদনাত প্ৰকাশ পোৱা কাব্য সংকলন 'ভুৰুকা-৩য়'ত প্ৰকাশিত কবিতা।)

0 মতামত:

Post a Comment