Welcome


Thursday 10 October 2013




 [১]
নৈৰ পাৰত কহুৱাৰ আঁৰত
যেতিয়া জোনাকে নাচে,
মোৰ মনত তৰাফুল ফুলে।

[২]
আহিনৰ পদূলিত যেতিয়া
শৰতে জুমাজুমি কৰে,
মোৰ বুকুৰ স্মৃতিবোৰ
নিয়ৰ হৈ সৰে।


0 মতামত:

Post a Comment